Bản dịch ý nghĩa nội dung Qur'an - 阿萨姆语翻译 - 拉菲格·伊斯兰·哈比布·拉合曼

external-link copy
70 : 4

ذٰلِكَ الْفَضْلُ مِنَ اللّٰهِ ؕ— وَكَفٰی بِاللّٰهِ عَلِیْمًا ۟۠

এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট। info
التفاسير: