Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版

external-link copy
17 : 84

وَالَّیْلِ وَمَا وَسَقَ ۟ۙ

আৰু ৰাতি তথা ইয়াৰ মাজত যিবোৰৰ সমাবেশ ঘটোৱা হয় তাৰ শপত কৰিছে। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী আল্লাহৰ আদেশৰ অনুগত। info

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়ে চেষ্টাৰত, তাৰ চেষ্টা ভালৰ বাবেই হওঁক বা বেয়াৰ বাবে। info

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিনা সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমল নামা তাৰ সোঁ হাতত দিয়া হব আৰু দূৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমল নামা তাৰ বাওঁ হাতত দিয়া হব। info