Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版

external-link copy
5 : 8

كَمَاۤ اَخْرَجَكَ رَبُّكَ مِنْ بَیْتِكَ بِالْحَقِّ ۪— وَاِنَّ فَرِیْقًا مِّنَ الْمُؤْمِنِیْنَ لَكٰرِهُوْنَ ۟ۙ

যিদৰে আল্লাহে যুদ্ধলব্ধ সম্পদ সম্পৰ্কে তোমালোকৰ মতভেদ হোৱাৰ পিছত তোমালোকৰ পৰা সেই সম্পদ বন্টন কৰাৰ অধিকাৰ নিজৰ হাতত লৈছে, লগতে সেই অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলক প্ৰদান কৰিছে। ঠিক সেইদৰে হে ৰাছুল! মদীনাৰ পৰা ওলাই গৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰাৰ বাবে আপোনাৰ প্ৰতিপালকে আপোনাক অহীৰ মাধ্যমত আদেশ প্ৰদান কৰিছে। যদিও মুমিনসকলৰ এটা দলে ইয়াক অপছন্দ কৰিছিল। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• ينبغي للعبد أن يتعاهد إيمانه ويُنمِّيه؛ لأن الإيمان يزيد وينقص، فيزيد بفعل الطاعة وينقص بضدها.
বান্দাই নিজৰ ঈমানৰ প্ৰতি মনোযোগ দি থকা উচিত আৰু তাক বৃদ্ধি কৰা উচিত। কিয়নো ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়। সৎকৰ্মৰ জৰিয়তে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্মৰ জৰিয়তে ঈমান হ্ৰাস পায়। info

• الجدال محله وفائدته عند اشتباه الحق والتباس الأمر، فأما إذا وضح وبان فليس إلا الانقياد والإذعان.
বাদানুবাদ সেই সময়তে হোৱা উচিত যেতিয়া সত্য অস্পষ্ট থাকে আৰু বিষয়টোত খোকোজা থাকে। কিন্তু সত্য যদি স্পষ্ট থাকে তেন্তে মানি লোৱা আৰু শিৰ নত কৰাৰ বাহিৰে আন কোনো উপায় নাথাকে। info

• أَمْر قسمة الغنائم متروك للرّسول صلى الله عليه وسلم، والأحكام مرجعها إلى الله تعالى ورسوله لا إلى غيرهما.
যুদ্ধলব্ধ সম্পদ বিতৰণৰ অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ। বৰং সকলো আদেশ নিষেধ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনেই প্ৰত্যাৱৰ্তন কৰে, আন কাৰো পিনে নহয়। info

• إرادة تحقيق النّصر الإلهي للمؤمنين؛ لإحقاق الحق وإبطال الباطل.
আল্লাহৰ ফালৰ পৰা মুমিনসকলক সহায় কৰা উদ্দেশ্য হৈছে সত্যক সত্যৰূপে বাস্তৱায়িত কৰা আৰু অসত্যক অসত্য বুলি সাব্যস্ত কৰা। info