Bản dịch ý nghĩa nội dung Qur'an - 简易古兰经经注阿萨姆语版

external-link copy
9 : 71

ثُمَّ اِنِّیْۤ اَعْلَنْتُ لَهُمْ وَاَسْرَرْتُ لَهُمْ اِسْرَارًا ۟ۙ

আৰু মই উচ্চ স্বৰে আহ্বান কৰিছো আৰু গোপনভাৱেও আহ্বান কৰিছো। মই সিহঁতক মাতিবলৈ বেলেগ বেলেগ কৌশল অৱলম্বন কৰিছো। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• خطر الغفلة عن الآخرة.
পৰকাল সম্পৰ্কে অৱহেলাৰ ক্ষতি। info

• عبادة الله وتقواه سبب لغفران الذنوب.
আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ। info

• الاستمرار في الدعوة وتنويع أساليبها حق واجب على الدعاة.
আল্লাহৰ ফালে আহ্বানকাৰী সকলৰ বাবে জৰুৰী যে, নিজৰ কামৰ ধাৰাবাহিকতা বজাই ৰখা আৰু তাৰ বাবে বেলেগ বেলেগ কৌশল অৱলম্বন কৰা। info