Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an

external-link copy
66 : 7

قَالَ الْمَلَاُ الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖۤ اِنَّا لَنَرٰىكَ فِیْ سَفَاهَةٍ وَّاِنَّا لَنَظُنُّكَ مِنَ الْكٰذِبِیْنَ ۟

তেওঁৰ সম্প্ৰদায়ৰ প্ৰমূখ তথা বৰিষ্ঠ ব্যক্তিসকলে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ ৰাছুলক মিছলীয়া বুলিছিল, সিহঁতে ক'লেঃ হে হূদ! আমি জনা মতে তোমাৰ মস্তিষ্কৰ সন্তোলন ঠিক নহয়। তুমি নিজৰ জ্ঞান হেৰাই পেলাইছা। সেই কাৰণেই তুমি কেৱল এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰা আৰু মূৰ্তি পূজাৰ পৰা বিৰত থাকিবলৈ আদেশ কৰা। আমি নিশ্চিত যে, তুমি ৰাছুল হোৱাৰ যি দাবী কৰি আছা সেয়া স্পষ্ট মিছা কথা। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• الأرض الطيبة مثال للقلوب الطيبة حين ينزل عليها الوحي الذي هو مادة الحياة، وكما أن الغيث مادة الحياة، فإن القلوب الطيبة حين يجيئها الوحي، تقبله وتعلمه وتنبت بحسب طيب أصلها، وحسن عنصرها، والعكس.
পৱিত্ৰ অন্তৰৰ উদাহৰণ হৈছে উৎকৃষ্ট ভূমি। অহী আৰু বৰষুণ দুয়োটাই জীৱনৰ মূল। পৱিত্ৰ অন্তৰৰ সম্পৰ্ক যেতিয়া অহীৰ সৈতে হয় তেতিয়া সেইটো গ্ৰহণ কৰি লয়। আৰু শিকিবলৈ আৰম্ভ কৰে লগতে পৱিত্ৰতা অনুপাতে আগুৱাই যায়। আনহাতে যদি অন্তৰ পৱিত্ৰ নহয় তেন্তে বিপৰীত দিশত গতি কৰে। info

• الأنبياء والمرسلون يشفقون على الخلق أعظم من شفقة آبائهم وأمهاتهم.
নবী আৰু ৰাছুলসকল সৃষ্টিৰ প্ৰতি সিহঁতৰ পিতৃ-মাতৃতকৈও অধিক দয়ালু। info

• من سُنَّة الله إرسال كل رسول من قومه وبلسانهم؛ تأليفًا لقلوب الذين لم تفسد فطرتهم، وتيسيرًا على البشر.
আল্লাহৰ এটা নীতি হৈছে এই যে, তেওঁ যি জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰে, সেইজন ৰাছুল সেই জাতিৰেই এজন সদস্য তথা সিহঁতৰেই ভাষাভাষী হয়। info

• من أعظم السفهاء من قابل الحق بالرد والإنكار، وتكبر عن الانقياد للعلماء والنصحاء، وانقاد قلبه وقالبه لكل شيطان مريد.
সেই ব্যক্তি আটাইতকৈ বিবেকহীন, যিয়ে সত্যক খণ্ডন কৰিবলৈ দুঃসাহস কৰে আৰু অস্বীকাৰ কৰে। শুভাকাংক্ষী তথা উলামাসকলৰ অনুসৰণ কৰিবলৈ অহংকাৰ কৰে আৰু সম্পূৰ্ণৰূপে চয়তানৰ অনুসৰণ কৰে। info