Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an

external-link copy
52 : 36

قَالُوْا یٰوَیْلَنَا مَنْ بَعَثَنَا مِنْ مَّرْقَدِنَا ۣٚۘ— هٰذَا مَا وَعَدَ الرَّحْمٰنُ وَصَدَقَ الْمُرْسَلُوْنَ ۟

আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা কাফিৰসকলে লজ্জিত হৈ ক’বঃ হায় আফচোচ! আমাক আমাৰ কবৰৰ পৰা কোনে জীৱিত কৰিলে? তেতিয়া সিহঁতক সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব, এইটোৱে সেই প্ৰতিশ্ৰুতি যিটো আল্লাহে কৰিছিল; যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। এই ক্ষেত্ৰত ৰাছুলসকলে প্ৰতিপালকৰ তৰফৰ পৰা যি বাৰ্তা লৈ আহিছিল, সেইবোৰ পৰিপূৰ্ণৰূপে সত্য আছিল। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• من أساليب تربية الله لعباده أنه جعل بين أيديهم الآيات التي يستدلون بها على ما ينفعهم في دينهم ودنياهم.
আল্লাহে তেওঁৰ বান্দাসকলক প্ৰশিক্ষণ দিয়াৰ এটা অন্যতম পদ্ধতি হৈছে, তেওঁ বান্দাসকলৰ সন্মুখত নিদৰ্শন ৰাখি দিছে, সেইবোৰৰ পৰা তেওঁলোকে দ্বীন দুনিয়াৰ লাভদায়ক বিষয়বোৰ আহৰণ কৰিব পাৰে। info

• الله تعالى مكَّن العباد، وأعطاهم من القوة ما يقدرون به على فعل الأمر واجتناب النهي، فإذا تركوا ما أمروا به، كان ذلك اختيارًا منهم.
আল্লাহে বান্দাসকলক প্ৰতিষ্ঠিত কৰিছে তথা সিহঁতক সামৰ্থ প্ৰদান কৰিছে, যাতে তেওঁলোকে তেওঁৰ আদেশ পালন কৰিব পাৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিব পাৰে। কিন্তু যেতিয়া তেওঁলোকে তেওঁৰ আদেশকৃত কোনো বিষয় এৰি দিয়ে, সেইক্ষেত্ৰত এইটো তেওঁলোকৰ ইচ্ছাধীন বিষয়। info