Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an

external-link copy
18 : 30

وَلَهُ الْحَمْدُ فِی السَّمٰوٰتِ وَالْاَرْضِ وَعَشِیًّا وَّحِیْنَ تُظْهِرُوْنَ ۟

সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ পৱিত্ৰ আল্লাহৰ বাবে, আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰে ফিৰিস্তাসকলে। আৰু পৃথিৱীত তেওঁৰ প্ৰশংসা কৰে বিভিন্ন সৃষ্টিসমূহে। গতিকে তোমালোকে তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰা দিনৰ তৃতীয়াংশত, অৰ্থাৎ আচৰৰ চালাতৰ সময়ত। লগতে পৱিত্ৰতা বৰ্ণনা কৰা জোহৰৰ সময়ত। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• إعمار العبد أوقاته بالصلاة والتسبيح علامة على حسن العاقبة.
বান্দাই চালাত আৰু তাছবীহৰ জৰিয়তে সময়ৰ সদ্ব্যৱহাৰ কৰাটো উত্তম পৰিণামৰ প্ৰতীক। info

• الاستدلال على البعث بتجدد الحياة، حيث يخلق الله الحي من الميت والميت من الحي.
জীৱনৰ নতুন নতুন পৰ্যায়সমূহে পুনৰুত্থানৰ প্ৰমাণবহন কৰে। যেনে আল্লাহে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে আৰু জীৱৰ পৰা মৃতক উলিয়ায়। info

• آيات الله في الأنفس والآفاق لا يستفيد منها إلا من يُعمِل وسائل إدراكه الحسية والمعنوية التي أنعم الله بها عليه.
স্বয়ং মানুহৰ মাজত থকা নিদৰ্শন আৰু বিশ্বজগতত বিস্তৃত আল্লাহৰ নিদৰ্শনসমূহৰ পৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে প্ৰকাশ্য আৰু অপ্ৰকাশ্য বোধশক্তিৰ মাধ্যমত আল্লাহৰ এই নিয়ামতসমূহক সঠিকভাৱে সদ্ব্যৱহাৰ কৰে। info