Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an

external-link copy
74 : 20

اِنَّهٗ مَنْ یَّاْتِ رَبَّهٗ مُجْرِمًا فَاِنَّ لَهٗ جَهَنَّمَ ؕ— لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟

এতেকে মূল কথা হৈছে, যিয়ে কিয়ামতৰ দিনা কাফিৰ অৱস্থাত আল্লাহৰ ওচৰত আহিব, তাৰ বাবে আছে জাহান্নাম, য’ত সি প্ৰৱেশ কৰিব আৰু চিৰকাল অৱস্থান কৰিব, তাত শাস্তিৰ পৰা ৰক্ষা পাবলৈ কেতিয়াও তাৰ মৃত্যু নহ'ব, ইপিনে পৱিত্ৰ জীৱনো লাভ নকৰিব। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• لا يفوز ولا ينجو الساحر حيث أتى من الأرض أو حيث احتال، ولا يحصل مقصوده بالسحر خيرًا كان أو شرًّا.
যাদুকৰ পৃথিৱীৰ য'তেই নাযাওক আৰু যি চক্ৰান্তই নকৰক কিয়, কেতিয়াও সফল হ'ব নোৱাৰিব তথা সাৰি যাব নোৱাৰিব, আনকি যাদুৰ জৰিয়তে সি ভাল অথবা বেয়া কোনো লক্ষ্যতেই উপনীত হ'ব নোৱাৰিব। info

• الإيمان يصنع المعجزات؛ فقد كان إيمان السحرة أرسخ من الجبال، فهان عليهم عذاب الدنيا، ولم يبالوا بتهديد فرعون.
ঈমানে চমৎকাৰ কৰে, কিয়নো যাদুকৰসকলৰ ঈমান আছিল পৰ্বতৰ দৰে মজবুত, সেই কাৰণেই তেওঁলোকে পৃথিৱীৰ শাস্তিক তুচ্ছ জ্ঞান কৰিছিল, তথা ফিৰআউনৰ ধমকক ভ্ৰূক্ষেপ কৰা নাছিল। info

• دأب الطغاة التهديد بالعذاب الشديد لأهل الحق والإمعان في ذلك للإذلال والإهانة.
স্বৈৰাচাৰী তথা দমনকাৰী শাসকসকলৰ পূৰ্বৰ পৰাই এই নিয়ম চলি আহিছে যে, সিহঁতে সত্যৰ পথত চলা লোকসকলক দমন কৰিবলৈ তথা সিহঁতৰ কথা মানিবলৈ বাধ্য কৰোৱাৰ বাবে শাস্তিৰ ধমক দিয়ে। info