Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an

external-link copy
125 : 16

اُدْعُ اِلٰی سَبِیْلِ رَبِّكَ بِالْحِكْمَةِ وَالْمَوْعِظَةِ الْحَسَنَةِ وَجَادِلْهُمْ بِالَّتِیْ هِیَ اَحْسَنُ ؕ— اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟

হে ৰাছুল! আপুনি আৰু আপোনাৰ অনুসাৰী মুমিনসকলে দ্বীন ইছলামৰ প্ৰতি মানুহক আহ্বান কৰক, সম্বোধন কৰা ব্যক্তিৰ অৱস্থা, তাৰ বোধ শক্তি আৰু মানি চলাৰ আগ্ৰহৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। ভয় তথা প্ৰেৰণাযুক্ত উপদেশৰ সৈতে ইছলামৰ দাৱাত প্ৰদান কৰা উচিত। উত্তম কথা আৰু উত্তম বিচাৰ, লগতে উত্তম সংস্কাৰৰ দ্বাৰা বাদানুবাদ কৰা উচিত। কাৰণ হিদায়ত দিয়াটো আপোনাৰ কৰ্তব্য নহয়, আপোনাৰ কৰ্তব্য হৈছে কেৱল পৌঁচাই দিয়া। নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালকৈ জানে দ্বীন ইছলামৰ পৰা কোন ব্যক্তি বিভ্ৰান্ত হৈছে আৰু কোন সঠিক পথত পৰিচালিত। এতেকে আপুনি সিহঁতৰ প্ৰতি আক্ষেপ কৰি নিজৰ প্ৰাণ হানি নকৰিব। info
التفاسير:
Trong những bài học trích được của các câu Kinh trên trang này:
• اقتضت رحمة الله أن يقبل توبة عباده الذين يعملون السوء من الكفر والمعاصي، ثم يتوبون ويصلحون أعمالهم، فيغفر الله لهم.
এইটো আল্লাহৰ অন্যতম এক প্ৰকাৰ ৰহমত যে, তেওঁ সেই বান্দাসকলৰো তাওবা কবূল কৰে যিসকলে কুফৰী আৰু গুনাহৰ কাম কৰিছে। তাৰ পিছত তেওঁলোকে তাওবা কৰে আৰু নিজৰ কৰ্ম সংশোধন কৰে, ফলত আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিয়ে। info

• يحسن بالمسلم أن يتخذ إبراهيم عليه السلام قدوة له.
প্ৰতিজন মুছলিমে ইব্ৰাহীম আলাইহিচ্ছালামক আদৰ্শ হিচাপে লোৱা উচিত। info

• على الدعاة إلى دين الله اتباع هذه الطرق الثلاث: الحكمة، والموعظة الحسنة، والمجادلة بالتي هي أحسن.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলে এই তিনিটা বিষয়ৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত, হিকমত বা কৌশলৰ সৈতে কথা কোৱা উচিত, উত্তম উপদেশ দিয়া উচিত, লগতে উত্তমভাৱে বাদানুবাদ কৰা উচিত। info

• العقاب يكون بالمِثْل دون زيادة، فالمظلوم منهي عن الزيادة في عقوبة الظالم.
অপৰাধৰ অনুপাতে শাস্তি হোৱা উচিত। তাতকৈ বেছি হ'ব নালাগে। এই ক্ষেত্ৰত নিৰ্যাতিত ব্যক্তিকো নিষেধ কৰা হৈছে যে, অত্যাচাৰীৰ পৰা প্ৰতিশোধ লোৱাৰ সময়ত যাতে সীমা অতিক্ৰম কৰা নহয়। info