แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
3 : 30

فِیْۤ اَدْنَی الْاَرْضِ وَهُمْ مِّنْ بَعْدِ غَلَبِهِمْ سَیَغْلِبُوْنَ ۟ۙ

শ্বাম দেশৰ সেইবোৰ ক্ষেত্ৰত যিবোৰ পাৰস্যদেশৰ নিকটৱৰ্তী। আনহাতে ৰোমানসকলে পাৰস্যসকলৰ ওচৰত পৰাজিত হোৱাৰ পিছত শীঘ্ৰেই বিজয় লাভ কৰিব। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• لجوء المشركين إلى الله في الشدة ونسيانهم لأصنامهم، وإشراكهم به في الرخاء؛ دليل على تخبطهم.
মুশ্বৰিকসকলে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে আৰু সিহঁতৰ মূৰ্ত্তিবোৰক পাহৰি যায়, আনহাতে সুখৰ সময়ত সিহঁতে আল্লাহৰ লগত শ্বিৰ্ক কৰে, এইটোৱে সিহঁতৰ বিবেকহীনতাৰ পৰিচয়। info

• الجهاد في سبيل الله سبب للتوفيق إلى الحق.
আল্লাহৰ পথত জিহাদ কৰাটো হৈছে সত্যৰ তাওফীক লাভ কৰাৰ অন্যতম উপায়। info

• إخبار القرآن بالغيبيات دليل على أنه من عند الله.
কোৰআনত বৰ্ণিত হোৱা অদৃশ্যমূলক সংবাদবোৰে প্ৰমাণ কৰে যে, কোৰআন হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ। info