แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
170 : 26

فَنَجَّیْنٰهُ وَاَهْلَهٗۤ اَجْمَعِیْنَ ۟ۙ

এতেকে আমি তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলোঁ আৰু তেওঁৰ গোটেই পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• اللواط شذوذ عن الفطرة ومنكر عظيم.
সমকামিতা হৈছে অপ্ৰাকৃতিক কৰ্ম তথা মহা অপৰাধ। info

• من الابتلاء للداعية أن يكون أهل بيته من أصحاب الكفر أو المعاصي.
এজন আহ্বায়কৰ বাবে পৰিস্থিতি সেইসময়ত অধিক কঠিন হৈ পৰে, যেতিয়া তেওঁৰ নিজৰ পৰিয়ালৰ কোনো সদস্য কুফৰীত তথা গুনাহত লিপ্ত থাকে। info

• العلاقات الأرضية ما لم يصحبها الإيمان، لا تنفع صاحبها إذا نزل العذاب.
সাংসাৰিক সম্বন্ধৰ সৈতে যদি ঈমানৰ অটুট বন্ধন নাথাকে, তেন্তে শাস্তিৰ সময়ত কোনো উপকাৰ সাধন নকৰে। info

• وجوب وفاء الكيل وحرمة التَّطْفِيف.
পৰিপূৰ্ণৰূপে ওজন কৰি দিয়াটো অত্যন্ত জৰুৰী, আনহাতে ওজনত কম দিয়াটো হাৰাম। info