แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
70 : 21

وَاَرَادُوْا بِهٖ كَیْدًا فَجَعَلْنٰهُمُ الْاَخْسَرِیْنَ ۟ۚ

ইব্ৰাহীম আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক অগ্নিত নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল, কিন্তু আমি সেই ষড়যন্ত্ৰক সফল হ’বলৈ দিয়া নাছিলোঁ। পক্ষান্তৰে সিহঁতকেই বিনাশ তথা পৰাজিত কৰিছিলোঁ। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• جواز استخدام الحيلة لإظهار الحق وإبطال الباطل.
সত্যক প্ৰকাশ কৰিবলৈ তথা অসত্যক ভুল সাব্যস্ত কৰিবলৈ অজুহাতৰ সহায় লোৱা বৈধ। info

• تعلّق أهل الباطل بحجج يحسبونها لهم، وهي عليهم.
সত্যৰ পৰা আঁতৰি থকা লোকসকলেও কিছুমান প্ৰমাণ উপস্থাপন কৰে, কিন্তু সেইবোৰ প্ৰমাণ সিহঁতৰ বিৰুদ্ধেই প্ৰয়োগ হয়। info

• التعنيف في القول وسيلة من وسائل التغيير للمنكر إن لم يترتّب عليه ضرر أكبر.
কুসংস্কাৰ দূৰ কৰিবলৈ কঠোৰ ভাষা ব্যৱহাৰ কৰিব পাৰি, কিন্তু চৰ্ত হ’ল যাতে কোনো ডাঙৰ ক্ষতি নহয়। info

• اللجوء لاستخدام القوة برهان على العجز عن المواجهة بالحجة.
বল প্ৰয়োগ কৰাটো হৈছে দৰাচলতে দলিলৰ দ্বাৰা মোকাবিলা কৰাত পৰাজিত হোৱাৰ প্ৰতীক। info

• نَصْر الله لعباده المؤمنين، وإنقاذه لهم من المحن من حيث لا يحتسبون.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। আৰু তেওঁলোকক বিপদৰ পৰা এনেকৈ ৰক্ষা কৰে যিটোক তেওঁলোকে অনুমানো কৰিব নোৱাৰে। info