แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
3 : 18

مَّاكِثِیْنَ فِیْهِ اَبَدًا ۟ۙ

তেওঁলোকে চিৰকাল সেই প্ৰতিদানৰ মাজতেই থাকিব, সেই প্ৰতিদান কেতিয়াও বিচ্ছিন্ন নহ'ব। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• أنزل الله القرآن متضمنًا الحق والعدل والشريعة والحكم الأمثل .
সত্য, ন্যায়, চৰীয়ত আৰু আদৰ্শ নিৰ্ণয় সহকাৰে আল্লাহে এই কোৰআন অৱতীৰ্ণ কৰিছে। info

• جواز البكاء في الصلاة من خوف الله تعالى.
ছালাতত আল্লাহৰ ভয়ত কন্দা কটাৰ বৈধতা। info

• الدعاء أو القراءة في الصلاة يكون بطريقة متوسطة بين الجهر والإسرار.
ছালাতত দুআ আৰু তিলাৱত কৰাৰ সময়ত মধ্যম পন্থা অৱলম্বন কৰা উচিত, অতি উচ্চস্বৰেও নহয়, অতি নিম্নস্বৰেও নহয়। info

• القرآن الكريم قد اشتمل على كل عمل صالح موصل لما تستبشر به النفوس وتفرح به الأرواح.
পৱিত্ৰ কোৰআনত প্ৰত্যেক এনেকুৱা সৎকৰ্মৰ শিক্ষা আছে, যাৰ ফলত উত্তম প্ৰতিদান পোৱা যায়, এনেকুৱা প্ৰতিদান যাৰ দ্বাৰা আত্মাই সন্তুষ্টি লাভ কৰে আৰু অন্তৰে আনন্দ লাভ কৰে। info