แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
56 : 10

هُوَ یُحْیٖ وَیُمِیْتُ وَاِلَیْهِ تُرْجَعُوْنَ ۟

সেই পৱিত্ৰ সত্ত্বাই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু দান কৰে। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• عظم ما ينتظر المشركين بالله من عذاب، حتى إنهم يتمنون دفعه بكل ما في الأرض، ولن يُقْبلَ منهم.
সেই ভয়াৱহ শাস্তিৰ প্ৰতি ইংগিত কৰা হৈছে, যি শাস্তি মুশ্বৰিকসকলৰ অপেক্ষাত আছে। পৰিস্থিতি এনেকুৱা হব যে, সিহঁতে পৃথিৱীৰ সকলো সম্পদ প্ৰদান কৰি হলেও সেই শাস্তিৰ পৰা নিজকে ৰক্ষা কৰাৰ কামনা কৰিব, কিন্তু সিহঁতৰ এই কামনা পূৰণ নহ'ব। info

• القرآن شفاء للمؤمنين من أمراض الشهوات وأمراض الشبهات بما فيه من الهدايات والدلائل العقلية والنقلية.
কোৰআনত থকা হিদায়ত, বৌদ্ধিক আৰু ধাৰ্মিক প্ৰমাণসমূহ হৈছে কামনা-বাসনা আৰু সন্দেহৰ বেমাৰৰ প্ৰতিষেধক। info

• ينبغي للمؤمن أن يفرح بنعمة الإسلام والإيمان دون غيرهما من حطام الدنيا.
মুমিনসকলে পাৰ্থিৱ জীৱনৰ গুৰুত্বহীন সামগ্ৰীৰ পৰিবৰ্তে ইছলাম আৰু ঈমানৰ নিয়ামতকলৈ সন্তুষ্ট হোৱা উচিত। info

• دقة مراقبة الله لعباده وأعمالهم وخواطرهم ونياتهم.
আল্লাহে তেওঁৰ বান্দাসকলৰ, সিহঁতৰ কৰ্মৰ, সিদ্ধান্তৰ আৰু সংকল্পৰ সুক্ষ্ম নিৰীক্ষণ কৰে। info