แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม)

external-link copy
48 : 10

وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

এই কাফিৰসকলে স্বৈৰাচাৰীতা দেখুৱাই চেলেঞ্জ কৰি কয় যে, তুমি আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছা, যদি তুমি নিজৰ দাবীত সত্যবাদী তেন্তে কোৱা সেই শাস্তিৰ সময় কেতিয়া আহিব? info
التفاسير:
ประโยชน์​ที่​ได้รับ​:
• الإنسان هو الذي يورد نفسه موارد الهلاك، فالله مُنَزَّه عن الظلم.
মানুহে নিজেই নিজকে বিনাশৰ পথত পৰিচালিত কৰে, অন্যথা আল্লাহে কেতিয়াও কাৰো প্ৰতি অন্যায় নকৰে। info

• مهمة الرسول هي التبليغ للمرسل إليهم، والله يتولى حسابهم وعقابهم بحكمته، فقد يعجله في حياة الرسول أو يؤخره بعد وفاته.
ৰাছুলৰ দায়িত্ব হৈছে যিসকলৰ ওচৰলৈ তেওঁক প্ৰেৰণ কৰা হৈছে সিহঁতক বাৰ্তা পৌঁচাই দিয়া। আনহাতে আল্লাহে নিজৰ হিকমত অনুযায়ী সিহঁতৰ হিচাপ লব আৰু প্ৰতিফল দিব। কেতিয়াবা ৰাছুলৰ জীৱনকালত, আকৌ কেতিয়াবা ৰাছুলৰ মৃত্যুৰ পিছত। info

• النفع والضر بيد الله عز وجل، فلا أحد من الخلق يملك لنفسه أو لغيره ضرًّا ولا نفعًا.
উপকাৰ আৰু অপকাৰৰ অধিকাৰ সৰ্বশক্তিমান আল্লাহৰ হাতত। কোনো ব্যক্তিয়ে স্বয়ং নিজৰ বাবে লাভ অথবা ক্ষতিৰ অধিকাৰ নাৰাখে। info

• لا ينفع الإيمان صاحبه عند معاينة الموت.
মৃত্যু দেখাৰ পিছত ঈমান পোষণ কৰিলে, সেই ঈমানে কোনো উপকাৰ সাধন নকৰে। info