Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
31 : 75

فَلَا صَدَّقَ وَلَا صَلّٰى ۟ۙ

এতেকে কাফিৰ বিলাকে কেৱল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰাই নহয় বৰং পৱিত্ৰ আল্লাহৰ ছালাতো আদায় কৰা নাছিল। info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• خطر حب الدنيا والإعراض عن الآخرة.
পৃথিৱীৰ প্ৰতি মোহ আৰু আখিৰাতৰ পৰা মুখ ঘূৰাই লোৱাৰ ক্ষতি। info

• ثبوت الاختيار للإنسان، وهذا من تكريم الله له.
মানুহৰ স্বাধীনতাৰ প্ৰমাণ। দৰাচলতে এয়া আল্লাহৰ তৰফৰ পৰা মানুহৰ বাবে এক ডাঙৰ সন্মান। info

• النظر لوجه الله الكريم من أعظم النعيم.
আল্লাহৰ পবিত্ৰ মুখ মণ্ডলৰ দৰ্শন কৰাটো এক ডাঙৰ নিয়ামত। info