Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
21 : 43

اَمْ اٰتَیْنٰهُمْ كِتٰبًا مِّنْ قَبْلِهٖ فَهُمْ بِهٖ مُسْتَمْسِكُوْنَ ۟

অথবা এই মুশ্বৰিকসকলক কোৰআনৰ পূৰ্বে আমি কোনো গ্ৰন্থ প্ৰদান কৰিছিলোঁ নেকি, য’ত আল্লাহৰ বাহিৰে আনৰ উপাসনা বৈধ কৰা হৈছে? যিখন গ্ৰন্থক সিহঁতে মজবুতভাৱে ধাৰণ কৰি আছে তথা যিখনৰ দ্বাৰা সিহঁতে প্ৰমাণ উপস্থাপন কৰে? info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• كل نعمة تقتضي شكرًا.
প্ৰত্যেক নিয়ামতেই কৃতজ্ঞতা দাবী কৰে। info

• جور المشركين في تصوراتهم عن ربهم حين نسبوا الإناث إليه، وكَرِهوهنّ لأنفسهم.
মুশ্বৰিকসকলে নিজ প্ৰতিপালকৰ ক্ষেত্ৰত অন্যায়ত লিপ্ত হৈ আছে। কিয়নো সিহঁতে আল্লাহৰ সৈতে কন্যা সন্তান সম্পৃক্ত কৰাত দ্বিধাবোধ নকৰে, কিন্তু নিজৰ বাবে সেয়া পছন্দ নকৰে। info

• بطلان الاحتجاج على المعاصي بالقدر.
পাপকৰ্মক সঠিক প্ৰমাণ কৰিবলৈ ভাগ্যক আহিলা হিচাপে লোৱা বৈধ নহয়। info

• المشاهدة أحد الأسس لإثبات الحقائق.
বাস্তৱতাক প্ৰমাণ কৰিবলৈ নিজ চকুৰে চোৱাটোও হৈছে গুৰুত্বপূৰ্ণ উৎস। info