Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
16 : 41

فَاَرْسَلْنَا عَلَیْهِمْ رِیْحًا صَرْصَرًا فِیْۤ اَیَّامٍ نَّحِسَاتٍ لِّنُذِیْقَهُمْ عَذَابَ الْخِزْیِ فِی الْحَیٰوةِ الدُّنْیَا ؕ— وَلَعَذَابُ الْاٰخِرَةِ اَخْزٰی وَهُمْ لَا یُنْصَرُوْنَ ۟

অৱশেষত আমি সিহঁতৰ ওপৰত ভয়ংকৰ বিকট শব্দসহ ধুমুহা প্ৰেৰণ কৰিলোঁ, শাস্তি অৱতীৰ্ণ হোৱাৰ বাবে সেই দিনটো আছিল সিহঁতৰ পক্ষে অশুভ। যাতে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমানসূচক শাস্তিৰ সোৱাদ উপভোগ কৰাব পাৰোঁ। আনহাতে আখিৰাতৰ যি শাস্তি সিহঁতৰ বাবে অপেক্ষাৰত হৈ আছে, সেই শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক। সেই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা সিহঁতে কোনো সহায়ক বিচাৰি নাপাব। info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• الإعراض عن الحق سبب المهالك في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত ধ্বংসৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে সত্যৰ পৰা বিমুখ হোৱা। info

• التكبر والاغترار بالقوة مانعان من الإذعان للحق.
অহংকাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰে মানুহক সত্য স্বীকাৰ কৰাত বাধা প্ৰদান কৰে। info

• الكفار يُجْمَع لهم بين عذاب الدنيا وعذاب الآخرة.
কাফিৰসকলে পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে শাস্তিৰ সন্মুখীন হ’ব। info

• شهادة الجوارح يوم القيامة على أصحابها.
মানৱ শৰীৰৰ অংগ-প্ৰত্যংগই কিয়ামতৰ দিনা সিহঁতৰ বিপক্ষে সাক্ষ্য প্ৰদান কৰিব। info