Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
45 : 37

یُطَافُ عَلَیْهِمْ بِكَاْسٍ مِّنْ مَّعِیْنٍ ۟ۙ

তেওঁলোকৰ সন্মুখত এনেকুৱা মদিৰাৰ পিয়লা উপস্থাপন কৰা হ’ব, যিটো প্ৰবাহিত পানীৰ দৰে নিকা আৰু স্বচ্চ হ’ব। info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• سبب عذاب الكافرين: العمل المنكر؛ وهو الشرك والمعاصي.
কাফিৰসকলক শাস্তি প্ৰদানৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অসৎকৰ্ম, যেনেঃ শ্বিৰ্ক আৰু বিভিন্ন গুনাহসমূহ। info

• من نعيم أهل الجنة أنهم نعموا باجتماع بعضهم مع بعض، ومقابلة بعضهم مع بعض، وهذا من كمال السرور.
জান্নাতীসকলে যিবোৰ নিয়ামত লাভ কৰিব, তাৰ অন্যতম এটা নিয়ামত হৈছে, তেওঁলোকে ইজনে সিজনক সাক্ষাত কৰিবলৈ একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব। এইটো হ’ব তেওঁলোকৰ বাবে আটাইতকৈ আনন্দদায়ক মূহুৰ্ত্ত। info