Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
86 : 28

وَمَا كُنْتَ تَرْجُوْۤا اَنْ یُّلْقٰۤی اِلَیْكَ الْكِتٰبُ اِلَّا رَحْمَةً مِّنْ رَّبِّكَ فَلَا تَكُوْنَنَّ ظَهِیْرًا لِّلْكٰفِرِیْنَ ۟ؗ

হে ৰাছুল! আপুনি নবুওৱতৰ পূৰ্বে কেতিয়াও আশা কৰা নাছিল যে, আপোনাৰ প্ৰতি অহীৰ জৰিয়তে কোৰআন অৱতীৰ্ণ কৰা হ’ব। কিন্তু আল্লাহৰ অসীম কৃপাৰ ফলত আপুনি এই সৌভাগ্য লাভ কৰিছে। গতিকে কাফিৰসকল যি বিভ্ৰান্তিত লিপ্ত হৈ আছে, সেই ক্ষেত্ৰত সিহঁতক আপুনি সহায় নকৰিব। info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• النهي عن إعانة أهل الضلال.
বিভ্ৰান্ত লোকক সহায় কৰাৰ নিষেধাজ্ঞা। info

• الأمر بالتمسك بتوحيد الله والبعد عن الشرك به.
আল্লাহৰ তাওহীদ মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু শ্বিৰ্কৰ পৰা দূৰৈত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। info

• ابتلاء المؤمنين واختبارهم سُنَّة إلهية.
বিপদ-আপদৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম। info

• غنى الله عن طاعة عبيده.
আল্লাহ তেওঁৰ বান্দাৰ ইবাদতৰ পৰা অমুখাপেক্ষী। info