Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
88 : 16

اَلَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ زِدْنٰهُمْ عَذَابًا فَوْقَ الْعَذَابِ بِمَا كَانُوْا یُفْسِدُوْنَ ۟

যিসকল লোকে আল্লাহক অস্বীকাৰ কৰিছে আৰু আন আন লোকসকলকো আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে, সিহঁতে নিজৰ কুফৰীৰ কাৰণে যি শাস্তিৰ উপযুক্ত আছিল, সিহঁতৰ সেই শাস্তি বৃদ্ধি কৰি দিয়া হ'ব, কাৰণ সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিছিল আৰু বিপৰ্যয় সৃষ্টি কৰিছিল। info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• للكفار الذين يصدون عن سبيل الله عذاب مضاعف بسبب إفسادهم في الدنيا بالكفر والمعصية.
আল্লাহৰ পথত বাধা প্ৰদান কৰা কাফিৰসকলক কেই গুণ বৃদ্ধি কৰি শাস্তি দিয়া হ'ব, কাৰণ সিহঁতে পৃথিৱীত কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে বিপৰ্যয় সৃষ্টি কৰিছিল। info

• لا تخلو الأرض من أهل الصلاح والعلم، وهم أئمة الهدى خلفاء الأنبياء، والعلماء حفظة شرائع الأنبياء.
পৃথিৱী কেতিয়াও জ্ঞানী আৰু সংস্কাৰী ব্যক্তিৰ পৰা খালী নহ'ব। দৰাচলতে তেওঁলোকেই হৈছে হিদায়তৰ পথত নেতৃত্বদানকাৰী আৰু নবীসকলৰ উত্তৰাধিকাৰী। আৰু উলামাসকল হৈছে নবীসকলৰ চৰীয়তৰ সংৰক্ষক। info

• حدّدت هذه الآيات دعائم المجتمع المسلم في الحياة الخاصة والعامة للفرد والجماعة والدولة.
উক্ত আয়াতবোৰত ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত ব্যক্তিগত আৰু সাৰ্বজনিক জীৱনত মুছলিম সমাজৰ ভিত্তিসমূহ চিহ্নিত কৰা হৈছে। info

• النهي عن الرشوة وأخذ الأموال على نقض العهد.
উৎকোচ লোৱা আৰু ধন লৈ প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ পৰা নিষেধ কৰা হৈছে। info