Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
18 : 83

كَلَّاۤ اِنَّ كِتٰبَ الْاَبْرَارِ لَفِیْ عِلِّیِّیْنَ ۟ؕ

বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, হিচাপ- নিকাচ আৰু প্ৰতিদান একোৱেই নাই। নিশ্চয় সৎ লোকৰ কৰ্মপত্ৰ ইল্লিয়্যীনত আছে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info