Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
56 : 55

فِیْهِنَّ قٰصِرٰتُ الطَّرْفِ ۙ— لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ۟ۚ

তাত থাকিব এনেকুৱা নাৰীসকল, যিসকলৰ দৃষ্টি একমাত্ৰ তেওঁলোকৰ স্বামীৰ প্রতিহে সীমাবদ্ধ। তেওঁলোকৰ সতীত্বক নিজৰ স্বামীৰ পূর্বে কোনো জিন আৰু মানৱে স্পৰ্শ কৰা নাই। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• أهمية الخوف من الله واستحضار رهبة الوقوف بين يديه.
আল্লাহক ভয় কৰাৰ গুৰুত্ব, আৰু তেওঁৰ সন্মুখত দণ্ডায়মান হোৱাৰ কথাক সদায় স্মৰণ কৰা। info

• مدح نساء الجنة بالعفاف دلالة على فضيلة هذه الصفة في المرأة.
জান্নাতী নাৰীসকলক সতী-সাধ্বী বুলি প্রশংসা কৰা হৈছে, গতিকে এইটোৱে উক্ত বৈশিষ্ট্যৰ অধিকাৰিণী নাৰীসকলৰ মর্যাদাৰ প্রমাণ বহন কৰে। info

• الجزاء من جنس العمل.
যেনেকুৱা কৰ্ম তেনেকুৱা ফল। info