Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
30 : 50

یَوْمَ نَقُوْلُ لِجَهَنَّمَ هَلِ امْتَلَاْتِ وَتَقُوْلُ هَلْ مِنْ مَّزِیْدٍ ۟

সেইদিনা আমি জাহান্নামক সুধিম, কাফিৰ আৰু পাপিষ্ঠসকলক নিক্ষেপ কৰাৰ ফলত তোমাৰ পেট ভৰিছেনে? তেতিয়া জাহান্নামে নিজ প্ৰতিপালকৰ প্ৰশ্নৰ উত্তৰত অধিক পোৱাৰ কামনাৰে ক্ৰোধান্বিত হৈ ক’বঃ আৰু কিবা আছেনে? info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• علم الله بما يخطر في النفوس من خير وشر.
মানুহৰ অন্তৰত উদ্ভৱ হোৱা ভাল-বেয়া ধাৰণা সম্পৰ্কেও আল্লাহ অৱগত। info

• خطورة الغفلة عن الدار الآخرة.
আখিৰাতৰ পৰা অমনোযোগিতা হৈছে অতি ভয়াৱহ। info

• ثبوت صفة العدل لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘ন্যায়’ সম্পৰ্কে প্ৰমাণ পোৱা গ’ল। info