Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
11 : 50

رِّزْقًا لِّلْعِبَادِ ۙ— وَاَحْیَیْنَا بِهٖ بَلْدَةً مَّیْتًا ؕ— كَذٰلِكَ الْخُرُوْجُ ۟

আমি এইবোৰ বান্দাসকলৰ জীৱিকাৰ বাবে উৎপন্ন কৰিছোঁ, যাতে তেওঁলোকে এইবোৰৰ দ্বাৰা আহাৰ কৰিব পাৰে। সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক জীৱিত কৰোঁ, য’ত কোনো ধৰণৰ উদ্ভিদ নাথাকে। যিদৰে আমি মৃত ভূমিক জীৱিক কৰোঁ, ঠিক সেইদৰে আমি মৃত লোকসকলকো জীৱিত কৰিম। ফলত সিহঁতে জীৱিত হৈ থিয় দিব। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• المشركون يستعظمون النبوة على البشر، ويمنحون صفة الألوهية للحجر!
মুশ্বৰিকসকলে মানুহৰ প্ৰতি নবুওৱতক বিশ্বাস নকৰে, পক্ষান্তৰে শিলকো প্ৰভু বুলি উপাসনা কৰে। info

• خلق السماوات، وخلق الأرض، وإنزال المطر، وإنبات الأرض القاحلة، والخلق الأول: كلها أدلة على البعث.
আকাশমণ্ডলৰ সৃষ্টি, পৃথিৱীৰ সৃষ্টি, বৰষুণ, মৃত ভূমি জীৱিত কৰা, প্ৰথম সৃষ্টি আদি গোটেইবোৰ হৈছে আখিৰাতৰ পুনৰ্জনমৰ স্পষ্ট প্ৰমাণ। info

• التكذيب بالرسل عادة الأمم السابقة، وعقاب المكذبين سُنَّة إلهية.
ৰাছুলসকলক অস্বীকাৰ কৰাটো পূৰ্বৱৰ্তী উম্মতবোৰৰ স্বভাৱত পৰিণত হৈছিল। আনহাতে অস্বীকাৰকাৰীসকলক শাস্তি বিহাটো হৈছে আল্লাহৰ নীতি। info