Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
33 : 5

اِنَّمَا جَزٰٓؤُا الَّذِیْنَ یُحَارِبُوْنَ اللّٰهَ وَرَسُوْلَهٗ وَیَسْعَوْنَ فِی الْاَرْضِ فَسَادًا اَنْ یُّقَتَّلُوْۤا اَوْ یُصَلَّبُوْۤا اَوْ تُقَطَّعَ اَیْدِیْهِمْ وَاَرْجُلُهُمْ مِّنْ خِلَافٍ اَوْ یُنْفَوْا مِنَ الْاَرْضِ ؕ— ذٰلِكَ لَهُمْ خِزْیٌ فِی الدُّنْیَا وَلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ۟ۙ

যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, লগতে তেওঁলোকৰ লগত প্ৰকাশ্য শত্ৰুতা পোষণ কৰি পৃথিৱীত হত্যা তথা লুন্ঠনৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, সিহঁতৰ শাস্তি হৈছে এই যে, সিহঁতক হত্যা কৰা হব অথবা ফাচী কাঠত ওলোমাই দিয়া হ'ব নাইবা সোঁ হাত আৰু বাওঁ ভৰি কৰ্তন কৰা হব, ইয়াৰ পিছত আকৌ যদি এনেকুৱা কৰ্ম কৰে তেন্তে বাওঁ হাত আৰু সোঁ ভৰি কৰ্তন কৰা হ'ব নাইবা দেশৰ পৰা বহিষ্কাৰ কৰা হব। পৃথিৱীত সিহঁতৰ বাবে এই শাস্তি কেৱল অপমানৰ বাবে, আৰু আখিৰাতত আছে সিহঁতৰ মহা শাস্তি। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• حرمة النفس البشرية، وأن من صانها وأحياها فكأنما فعل ذلك بجميع البشر، وأن من أتلف نفسًا بشرية أو آذاها من غير حق فكأنما فعل ذلك بالناس جميعًا.
মানুহৰ প্ৰাণৰ মৰ্যদা প্ৰদান কৰা হৈছে। এইদৰে যে, যিয়ে ইয়াক ৰক্ষা কৰিব তথা জীৱন দান দিব, সি যেনিবা এই উপকাৰ গোটেই মানৱ জাতিৰ লগত কৰিলে। আনহাতে যিয়ে কোনো ব্যক্তিৰ প্ৰাণ নাশ কৰিলে অথবা অন্যায়ভাৱে কষ্ট প্ৰদান কৰিলে, সি যেনিবা গোটেই মানৱ জাতিৰ লগত এনেকুৱা কৰিলে। info

• عقوبة الذين يحاربون الله ورسوله ممن يفسدون بالقتل وانتهاب الأموال وقطع الطرق هي: القتل بلا صلب، أو مع الصلب، أو قطع الأطرف من خلاف، أو بتغريبهم من البلاد؛ وهذا على حسب ما صدر منهم.
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, পৃথিৱীত হত্যা, লুন্ঠনৰ জৰিয়তে বিপৰ্যয় সৃষ্টি কৰে। সিহঁতৰ শাস্তি এই যে, সিহঁতক সিহঁতৰ অপৰাধ অনুসাৰে হত্যা কৰা হ'ব অথবা ফাঁচি দিয়া হ'ব নাইবা সিহঁতৰ হাত ভৰি বিপৰীত ফালৰ পৰা কৰ্তন কৰা হ'ব, নাইবা সিহঁতক দেশৰ পৰা বহিষ্কাৰ কৰা হ'ব। info

• توبة المفسدين من المحاربين وقاطعي الطريق قبل قدرة السلطان عليهم توجب العفو.
চুৰি, ডকাইতি তথা উপদ্ৰৱকাৰী সকল যদি প্ৰশাসনৰ নিয়ন্ত্ৰণত অহাৰ পূৰ্বে তাওবা (নিজৰ অপৰাধৰ প্ৰতি অনুতপ্ত হয়) কৰে, তেন্তে সিহঁতক ক্ষমা কৰি দিয়া হ'ব। info