Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
13 : 46

اِنَّ الَّذِیْنَ قَالُوْا رَبُّنَا اللّٰهُ ثُمَّ اسْتَقَامُوْا فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۚ

নিশ্চয় যিসকলে স্বীকাৰ কৰিছে যে, আল্লাহেই আমাৰ একমাত্ৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, তাৰ পিছত ঈমান আৰু সৎকৰ্মৰ ওপৰত অবিচল থাকে, আখিৰাত সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব, আৰু পিছফালে এৰি থৈ অহা পাৰ্থিৱ জীৱনৰ সা-সুবিধাকলৈও তেওঁলোকৰ কোনো চিন্তা নহ’ব। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• كل من عُبِد من دون الله ينكر على من عبده من الكافرين.
আল্লাহৰ বাহিৰে উপাসনা কৰা সকলো উপাস্যই নিজৰ কাফিৰ উপাসকসকলৰ কাৰোকাৰ্যক নসাৎ কৰিব। info

• عدم معرفة النبي صلى الله عليه وسلم بالغيب إلا ما أطلعه الله عليه منه.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে গায়েব একো জনা নাছিল। তেওঁ কেৱল সেইখিনিহে জানিছিল যিখিনি আল্লাহে তেওঁক জনাইছিল। info

• وجود ما يثبت نبوّة نبينا صلى الله عليه وسلم في الكتب السابقة.
পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ মাজতো আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত সম্পৰ্কে উল্লেখ আছে। info

• بيان فضل الاستقامة وجزاء أصحابها.
সঠিক পথত অবিচল থকাৰ বৰ্ণনা আৰু এই পথৰ পথিকসকলৰ প্ৰতিদান। info