Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
33 : 45

وَبَدَا لَهُمْ سَیِّاٰتُ مَا عَمِلُوْا وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟

সিহঁতৰ সন্মুখত কুফৰ আৰু পাপকৰ্মৰ দুষ্পৰিণাম প্ৰকট হ’ব, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। সিহঁতক সেই শাস্তিৰ দ্বাৰাই দণ্ডিত কৰা হ’ব, যিটো শাস্তিৰ বিষয়ে সিহঁতক সতৰ্ক কৰিলে সিহঁতে সেইটোক উপহাস কৰিছিল। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• الاستهزاء بآيات الله كفر.
আল্লাহৰ আয়াতসমূহক উপহাস কৰা হৈছে কুফৰী কৰ্ম। info

• خطر الاغترار بلذات الدنيا وشهواتها.
পাৰ্থিৱ জীৱনৰ লোভ, মোহ, চাহিদা আদি হৈছে ক্ষতিকৰ। info

• ثبوت صفة الكبرياء لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘মহিমা’ৰ প্ৰমাণ পোৱা গ’ল। info

• إجابة الدعاء من أظهر أدلة وجود الله سبحانه وتعالى واستحقاقه العبادة.
আল্লাহৰ অস্তিত্বৰ সপক্ষে দুআ কবূল হোৱাটোও এটা স্পষ্ট প্ৰমাণ, আৰু তেৱেঁই ইবাদতৰ যোগ্য। info