Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
75 : 43

لَا یُفَتَّرُ عَنْهُمْ وَهُمْ فِیْهِ مُبْلِسُوْنَ ۟ۚ

সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ’ব, আৰু সিহঁত আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• كراهة الحق خطر عظيم.
সত্যক অপছন্দ কৰা মহাক্ষতিকৰ। info

• مكر الكافرين يعود عليهم ولو بعد حين.
কাফিৰসকলৰ চক্ৰান্তই পলমকৈ হ’লেও সিহঁতকেই ক্ষতি কৰিব। info

• كلما ازداد علم العبد بربه، ازداد ثقة بربه وتسليمًا لشرعه.
ক্ৰমান্বয়ে বান্দাই যিদৰে আল্লাহ সম্পৰ্কে জ্ঞান আহৰণ কৰিব, ঠিক সেই অনুপাতে তেওঁৰ ওপৰত ভৰসা আৰু তেওঁৰ চৰীয়ত পালনৰ আগ্ৰহ জাগিব। info

• اختصاص الله بعلم وقت الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। info