Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
70 : 40

الَّذِیْنَ كَذَّبُوْا بِالْكِتٰبِ وَبِمَاۤ اَرْسَلْنَا بِهٖ رُسُلَنَا ۛ۫— فَسَوْفَ یَعْلَمُوْنَ ۟ۙ

যিসকলে কোৰআনক আৰু আমি আমাৰ ৰাছুলসকলৰ দ্বাৰা যি সত্য প্ৰেৰণ কৰিছোঁ তাক অস্বীকাৰ কৰিছে। এই অস্বীকাৰকাৰী লোকসকলে অচিৰেই সিহঁতৰ পৰিণাম সম্পৰ্কে অৱগত হ’ব আৰু বেয়া সমাপ্তি দেখিবলৈ পাব। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• التدرج في الخلق سُنَّة إلهية يتعلم منها الناس التدرج في حياتهم.
আল্লাহে মখলুকক ধাপে ধাপে সৃষ্টি কৰিছে, যাতে মানুহে নিজৰ জীৱনত ইয়াৰ দ্বাৰা ধাপে ধাপে কাম কৰাৰ শিক্ষা লব পাৰে। info

• قبح الفرح بالباطل.
বাতিলক লৈ আনন্দিত হোৱাটো ঠিক নহয়। info

• أهمية الصبر في حياة الناس، وبخاصة الدعاة منهم.
মানৱ জীৱনত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। বিশেষকৈ ধৰ্ম প্ৰচাৰকসকলৰ বাবে অতি জৰুৰী। info