Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
53 : 40

وَلَقَدْ اٰتَیْنَا مُوْسَی الْهُدٰی وَاَوْرَثْنَا بَنِیْۤ اِسْرَآءِیْلَ الْكِتٰبَ ۟ۙ

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক এনেকুৱা জ্ঞান প্ৰদান কৰিছিলোঁ, যাৰ দ্বাৰা বনী ইছৰাঈলে সত্যৰ হিদায়ত পাইছিল। তথা তাওৰাতক আমি এনেকুৱা এখন গ্ৰন্থত পৰিণত কৰিছিলোঁ, যিখনৰ উত্তৰাধিকাৰী বনী ইছৰাঈলৰ প্ৰজন্মৰ পিছত প্ৰজন্মই লাভ কৰিছিল। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• نصر الله لرسله وللمؤمنين سُنَّة إلهية ثابتة.
এই বিষয়টো প্ৰমাণিত যে, আল্লাহে প্ৰত্যেক যুগতে ৰাছুলসকলক আৰু মুমিনসকলক সহায় কৰি আহিছে। info

• اعتذار الظالم يوم القيامة لا ينفعه.
কিয়ামতৰ দিনা অন্যায়কাৰীসকলৰ অজুহাতে কোনো উপকাৰ নকৰিব। info

• أهمية الصبر في مواجهة الباطل.
বাতিলৰ সন্মুখত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। info

• دلالة خلق السماوات والأرض على البعث؛ لأن من خلق ما هو عظيم قادر على إعادة الحياة إلى ما دونه.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিয়ে পুনৰুত্থানৰ প্ৰমাণবহন কৰে। কাৰণ যি সত্ত্বাই ডাঙৰ বস্তু সৃষ্টি কৰিবলৈ সক্ষম, তেওঁ সৰু বস্তু এটাৰ মাজত জীৱন দান কৰিবলৈও নিশ্চয় সক্ষম। info