Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
58 : 4

اِنَّ اللّٰهَ یَاْمُرُكُمْ اَنْ تُؤَدُّوا الْاَمٰنٰتِ اِلٰۤی اَهْلِهَا ۙ— وَاِذَا حَكَمْتُمْ بَیْنَ النَّاسِ اَنْ تَحْكُمُوْا بِالْعَدْلِ ؕ— اِنَّ اللّٰهَ نِعِمَّا یَعِظُكُمْ بِهٖ ؕ— اِنَّ اللّٰهَ كَانَ سَمِیْعًا بَصِیْرًا ۟

আল্লাহে তোমালোকক আদেশ দিয়ে যে, তোমালোকৰ ওচৰত থকা আমানতৰ প্ৰতিটো বস্তু আমানতৰ গৰাকীক ওভোতাই দিয়া। লগতে তোমালোকক এই আদেশ দিয়ে যে, যেতিয়া তোমালোকে মানুহৰ মাজত বিচাৰ মীমাংসা কৰিবা তেতিয়া ন্যায়সংগত ভাৱে কৰিবা। ফয়চালা কৰাৰ সময়ত পক্ষপাত অথবা অন্যায় নকৰিবা। আল্লাহে প্ৰত্যেক পৰিস্থিতিৰ বাবে উত্তম শিক্ষা আৰু নিৰ্দেশ দিয়ে। নিশ্চয় আল্লাহে তোমালোকৰ কথা শ্ৰৱণ কৰে আৰু তোমালোকৰ কৰ্ম দেখে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• من أعظم أسباب كفر أهل الكتاب حسدهم المؤمنين على ما أنعم الله به عليهم من النبوة والتمكين في الأرض.
আহলে কিতাবে কুফৰী কৰাৰ এটা ডাঙৰ কাৰণ এই যে, সিহঁতে মুমিনসকলৰ লগত এই কাৰণে ঈৰ্ষা পোষণ কৰে যে, আল্লাহে তেওঁলোকক নবুওৱত আৰু পৃথিৱীত ৰাজত্ব প্ৰদান কৰিছে। info

• الأمر بمكارم الأخلاق من المحافظة على الأمانات، والحكم بالعدل.
উত্তম ব্যৱহাৰৰ আদেশ প্ৰদান কৰা হৈছে, যেনে- আমানত ৰক্ষা কৰা আৰু ন্যায়ৰ সৈতে ফয়চালা কৰা। info

• وجوب طاعة ولاة الأمر ما لم يأمروا بمعصية، والرجوع عند التنازع إلى حكم الله ورسوله صلى الله عليه وسلم تحقيقًا لمعنى الإيمان.
গুনাহৰ আদেশ নিদিয়ালৈকে শাসকসকলৰ আদেশ পালন কৰা জৰুৰী। তথা মতানৈক্যৰ সময়ত আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিধানৰ ফালে প্ৰত্যাৱৰ্তন কৰা অনিবাৰ্য, যাতে ঈমানৰ দাবী পূৰণ হয়। info