Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
11 : 33

هُنَالِكَ ابْتُلِیَ الْمُؤْمِنُوْنَ وَزُلْزِلُوْا زِلْزَالًا شَدِیْدًا ۟

সেই সময়ছোৱাত অৰ্থাৎ খন্দকৰ যুদ্ধৰ সময়ত মুমিনসকলৰ কঠিন পৰীক্ষা লোৱা হৈছিল। কাৰণ তেতিয়া সকলো শত্ৰু মিলি একেলগে আক্ৰমণ কৰিবলৈ আহিছিল। আৰু তেওঁলোক সেই কঠিন সন্ধিক্ষণত ভীত-সন্ত্ৰস্ত হৈ পৰিছিল। এই পৰীক্ষাৰ দ্বাৰা স্পষ্ট হৈ পৰিছিল যে, মুমিন কোন আৰু মুনাফিক কোন। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ। info

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে। info