Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
3 : 31

هُدًی وَّرَحْمَةً لِّلْمُحْسِنِیْنَ ۟ۙ

এই গ্ৰন্থখন সেইসকল লোকৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ, যিসকলে সৎকৰ্ম কৰে। অৰ্থাৎ আল্লাহ আৰু তেওঁৰ বান্দাসকলৰ প্ৰাপ্য অধিকাৰ আদায় কৰে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• طاعة الله تقود إلى الفلاح في الدنيا والآخرة.
আল্লাহৰ আনুগত্যই পৃথিৱী আৰু আখিৰাতৰ সফলতাৰ পিনে আগুৱাই লৈ যায়। info

• تحريم كل ما يصد عن الصراط المستقيم من قول أو فعل.
প্ৰত্যেক সেই কথা আৰু কৰ্ম হাৰাম, যিবোৰ কথা-কৰ্মই সত্যৰ পথ অৱলম্বনত বাধা প্ৰদান কৰে। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• انفراد الله بالخلق، وتحدي الكفار أن تخلق آلهتهم شيئًا.
আল্লাহে অকলেই সকলো সৃষ্টিকে সৃষ্টি কৰিছে। সেয়ে কাফিৰসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, সিহঁতৰ উপাস্যবোৰেও কিবা সৃষ্টি কৰি দেখাওকচোন। info