Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
189 : 26

فَكَذَّبُوْهُ فَاَخَذَهُمْ عَذَابُ یَوْمِ الظُّلَّةِ ؕ— اِنَّهٗ كَانَ عَذَابَ یَوْمٍ عَظِیْمٍ ۟

তথাপিও সিহঁতে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰা কাৰ্যত ব্ৰতী থাকিল। ফলত ভয়ঙ্কৰ শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। প্ৰচণ্ড গৰমৰ দিনা, ক’লা মেঘে আকাশ ছানি ধৰাৰ পিছত জুই বৰ্ষণ হ’বলৈ ধৰিলে আৰু সিহঁত সেই জুইত ভস্মীভূত হ’ল। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• كلما تعمَّق المسلم في اللغة العربية، كان أقدر على فهم القرآن.
এজন মুছলিমে আৰবী ভাষা যিমান গভীৰভাৱে অধ্যয়ন কৰিব, সেই অনুপাতে কোৰআন বুজাৰ দক্ষতা লাভ কৰিব। info

• الاحتجاج على المشركين بما عند المُنْصِفين من أهل الكتاب من الإقرار بأن القرآن من عند الله.
ঐশীগ্ৰন্থ প্ৰাপ্ত লোকসকলৰ মাজৰ ন্যায়প্ৰিয় লোকসকলৰ এই স্বীকাৰোক্তি মুশ্বৰিকসকলৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ যে, কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। info

• ما يناله الكفار من نعم الدنيا استدراج لا كرامة.
কাফিৰসকলে পৃথিৱীত লাভ কৰা নিয়ামতবোৰ হৈছে সিহঁতৰ বাবে এক প্ৰকাৰ অৱকাশ, সন্মান নহয়। info