Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
152 : 26

الَّذِیْنَ یُفْسِدُوْنَ فِی الْاَرْضِ وَلَا یُصْلِحُوْنَ ۟

যিসকলে পৃথিৱীত পাপকৰ্ম প্ৰচাৰ কৰি উপদ্ৰৱ সৃষ্টি কৰে। তথা আল্লাহৰ আনুগত্য কৰি নিজৰ সংশোধন কৰিব নিবিচাৰে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info