Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
111 : 21

وَاِنْ اَدْرِیْ لَعَلَّهٗ فِتْنَةٌ لَّكُمْ وَمَتَاعٌ اِلٰی حِیْنٍ ۟

মই নাজানো তোমালোকক শাস্তি দিয়াৰ ক্ষেত্ৰত পলম কৰাটো তোমালোকৰ বাবে পৰীক্ষা নে অৱকাশ, যাতে তোমালোকে আল্লাহৰ জ্ঞান অনুসাৰে এটা নিৰ্দিষ্ট সময়লৈকে উপকৃত হ’ব পাৰা, তথা কুফৰী আৰু পথভ্ৰষ্টতাত মতলীয়া হৈ থাকিব পাৰা। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• الصلاح سبب للتمكين في الأرض.
সদাচাৰিতা হৈছে পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰাৰ অন্যতম কাৰণ। info

• بعثة النبي صلى الله عليه وسلم وشرعه وسنته رحمة للعالمين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ, তেওঁৰ চৰীয়ত আৰু তেওঁৰ ছুন্নত সকলো সৃষ্টিৰ বাবে ৰহমত। info

• الرسول صلى الله عليه وسلم لا يعلم الغيب.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম গায়েবী জ্ঞান সম্পৰ্কে অৱগত নহয়। info

• علم الله بما يصدر من عباده من قول.
বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। info