Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
162 : 2

خٰلِدِیْنَ فِیْهَا ۚ— لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟

সিহঁত সদায় এই অভিশাপত থাকিব। এদিনৰ কাৰণেও সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহব আনকি কিয়ামতৰ দিনাও সিহঁতক অৱসৰ দিয়া নহব। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• الابتلاء سُنَّة الله تعالى في عباده، وقد وعد الصابرين على ذلك بأعظم الجزاء وأكرم المنازل.
আল্লাহে সদায় তেওঁৰ বান্দাসকলক পৰীক্ষা কৰে। সেয়ে তেওঁ পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণকাৰী সকলক আটাইতকৈ ডাঙৰ বিনিময় আৰু সন্মানিত স্থানৰ প্ৰতিশ্ৰুতি দিছে। info

• مشروعية السعي بين الصفا والمروة لمن حج البيت أو اعتمر.
হজ্জ আৰু উমাৰাহ পালনকাৰী সকলৰ বাবে চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰাৰ বৈধতা এই আয়াতৰ দ্বাৰা প্ৰমাণিত হল। info

• من أعظم الآثام وأشدها عقوبة كتمان الحق الذي أنزله الله، والتلبيس على الناس، وإضلالهم عن الهدى الذي جاءت به الرسل.
আল্লাহে অৱতীৰ্ণ কৰা সত্যক গোপন কৰা, মানুহক প্ৰতাৰণা কৰা আৰু সিহঁতক নবীসকলে লৈ অহা হিদায়তৰ পৰা পথভ্ৰষ্ট কৰা মহাপাপ; আৰু এই পাপৰ শাস্তিও অতি কঠোৰ। info