Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
99 : 18

وَتَرَكْنَا بَعْضَهُمْ یَوْمَىِٕذٍ یَّمُوْجُ فِیْ بَعْضٍ وَّنُفِخَ فِی الصُّوْرِ فَجَمَعْنٰهُمْ جَمْعًا ۟ۙ

শেষ সময়ছোৱাত আমি মানুহক এনেকুৱা অৱস্থাত এৰি দিম, সিহঁতে সাগৰৰ ঢৌৰ দৰে পৰস্পৰে মিশ্ৰিত হ'ব। ইপিনে যেতিয়া শিঙাত ফুঁ দিয়া হ'ব তেতিয়া আমি সকলো প্ৰাণীকে হিচাপ কিতাপৰ বাবে আৰু প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিম। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• إثبات البعث والحشر بجمع الجن والإنس في ساحات القيامة بالنفخة الثانية في الصور.
দ্বিতীয় বাৰ শিঙাত ফুঁ দিয়াৰ পিছত মানৱ আৰু জিন জাতিক পুনৰুত্থিত কৰি কিয়ামতৰ ময়দানত একত্ৰিত কৰাৰ প্ৰমাণ পোৱা গ'ল। info

• أن أشد الناس خسارة يوم القيامة هم الذين ضل سعيهم في الدنيا، وهم يظنون أنهم يحسنون صنعًا في عبادة من سوى الله.
কিয়ামতৰ দিনা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোক হব সেইসকল, যিসকলৰ পৃথিৱীত কৰা গোটেই আমল অথলে গৈছে। যদিও সিহঁতে ধাৰণা কৰিছিল যে, আল্লাহৰ বাহিৰে সিহঁতে আনৰ উপাসনা কৰি ভাল কাম কৰি আছে। info

• لا يمكن حصر كلمات الله تعالى وعلمه وحكمته وأسراره، ولو كانت البحار والمحيطات وأمثالها دون تحديد حبرًا يكتب به.
আল্লাহৰ মহান বাণী, তেওঁৰ জ্ঞান, তেওঁৰ হিকমত আৰু ৰহস্যবোৰ লিখি শেষ কৰা সম্ভৱ নহয়। যদিও সেইবোৰ লিখিবলৈ সাগৰ তথা মহাসাগৰবোৰক চিয়াঁহী বনোৱা নহওক কিয়। info