Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

আল-ক্বাৰিআহ

daga cikin abunda Surar ta kunsa:
قرع القلوب لاستحضار هول القيامة وأحوال الناس في موازينها.
কিয়ামতৰ ভয়াৱহতাক মনত পেলাবলৈ অন্তৰক জোকাৰি দিয়া হৈছে, আৰু হিচাপ-নিকাচৰ সময়ত হ'বলগীয়া মানুহৰ অৱস্থা উল্লেখ কৰা হৈছে। info

external-link copy
1 : 101

اَلْقَارِعَةُ ۟ۙ

সেই ভয়াৱহ সময়, যিয়ে মানুহৰ অন্তৰক কম্পিত কৰিব। info
التفاسير:

external-link copy
2 : 101

مَا الْقَارِعَةُ ۟ۚ

মানুহৰ অন্তৰ কপোৱা সেই ভয়াৱহ সময়টোনো কি? info
التفاسير:

external-link copy
3 : 101

وَمَاۤ اَدْرٰىكَ مَا الْقَارِعَةُ ۟ؕ

হে ৰাছুল আপোনাক কিহে জনাব যে অন্তৰ কপোৱা সেই সময় কি? নিশ্চিতৰূপে সেয়া হৈছে ক্বিয়ামতৰ সময়। info
التفاسير:

external-link copy
4 : 101

یَوْمَ یَكُوْنُ النَّاسُ كَالْفَرَاشِ الْمَبْثُوْثِ ۟ۙ

যিদিনাখন অন্তৰবোৰ ভীতিপ্ৰদ হব সেইদিনা মানুহ বিক্ষিপ্ত কীট- পতঙ্গৰ দৰে হব। info
التفاسير:

external-link copy
5 : 101

وَتَكُوْنُ الْجِبَالُ كَالْعِهْنِ الْمَنْفُوْشِ ۟ؕ

আৰু পৰ্বতবোৰ ধূনা ঊণৰ দৰে পাতল আৰু তীব্ৰ গতিত চলিবলৈ ধৰিব। info
التفاسير:

external-link copy
6 : 101

فَاَمَّا مَنْ ثَقُلَتْ مَوَازِیْنُهٗ ۟ۙ

এতেকে যাৰ ভাল কৰ্ম, বেয়া কৰ্মতকৈ অধিক হব। info
التفاسير:

external-link copy
7 : 101

فَهُوَ فِیْ عِیْشَةٍ رَّاضِیَةٍ ۟ؕ

তেওঁ জান্নাতত মনে বিচৰা দৰে আনন্দ লাভ কৰিব। info
التفاسير:

external-link copy
8 : 101

وَاَمَّا مَنْ خَفَّتْ مَوَازِیْنُهٗ ۟ۙ

আৰু যাৰ বেয়া কৰ্ম, ভাল কৰ্মতকৈ অধিক হব। info
التفاسير:

external-link copy
9 : 101

فَاُمُّهٗ هَاوِیَةٌ ۟ؕ

ফলত ক্বিয়ামতৰ দিনা তাৰ ঠিকনা আৰু স্থান হব জাহান্নাম। info
التفاسير:

external-link copy
10 : 101

وَمَاۤ اَدْرٰىكَ مَا هِیَهْ ۟ؕ

হে ৰাছুল, আপুনি কি জানে সেইটো কি? info
التفاسير:

external-link copy
11 : 101

نَارٌ حَامِیَةٌ ۟۠

সেয়া হৈছে অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• خطر التفاخر والتباهي بالأموال والأولاد.
ধন-সম্পদক লৈ এজনে আনজনৰ প্ৰতি গৌৰৱ কৰাৰ ক্ষতি। info

• القبر مكان زيارة سرعان ما ينتقل منه الناس إلى الدار الآخرة.
কবৰ হৈছে কিছু সময় অৱস্থান কৰাৰ ঠাই। অতি সোনকালে মানুহে তাৰ পৰা পৰকালৰ ঘৰলৈ প্ৰস্থান কৰিব। info

• يوم القيامة يُسْأل الناس عن النعيم الذي أنعم به الله عليهم في الدنيا.
ক্বিয়ামতৰ দিনা মানুহক সেই অনুগ্ৰহ বা অৱদানবোৰৰ বিষয়ে প্ৰশ্ন কৰা হব যিবোৰ তাক আল্লাহ তাআলাই প্ৰদান কৰিছিল। info

• الإنسان مجبول على حب المال.
ধনৰ লোভ প্ৰাকৃতিকভাৱে মানুহৰ মাজত নিহিত আছে। info