Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
51 : 10

اَثُمَّ اِذَا مَا وَقَعَ اٰمَنْتُمْ بِهٖ ؕ— آٰلْـٰٔنَ وَقَدْ كُنْتُمْ بِهٖ تَسْتَعْجِلُوْنَ ۟

তোমালোকক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই শাস্তি তোমালোকৰ ওপৰত আহি পৰাৰ পিছত তোমালোকে ঈমান আনিবা নেকি, অথচ সেই সময়ৰ ঈমানে কোনো ব্যক্তিক লাভান্বিত নকৰিব, যদি সি পূৰ্বে ঈমান পোষণ কৰা নাই? তোমালোকে এতিয়া ঈমান আনিবা, অথচ ইতিপূৰ্বে তোমালোকে অস্বীকাৰ কৰি শাস্তিৰ বাবে খৰধৰ কৰি আছিলা? info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• الإنسان هو الذي يورد نفسه موارد الهلاك، فالله مُنَزَّه عن الظلم.
মানুহে নিজেই নিজকে বিনাশৰ পথত পৰিচালিত কৰে, অন্যথা আল্লাহে কেতিয়াও কাৰো প্ৰতি অন্যায় নকৰে। info

• مهمة الرسول هي التبليغ للمرسل إليهم، والله يتولى حسابهم وعقابهم بحكمته، فقد يعجله في حياة الرسول أو يؤخره بعد وفاته.
ৰাছুলৰ দায়িত্ব হৈছে যিসকলৰ ওচৰলৈ তেওঁক প্ৰেৰণ কৰা হৈছে সিহঁতক বাৰ্তা পৌঁচাই দিয়া। আনহাতে আল্লাহে নিজৰ হিকমত অনুযায়ী সিহঁতৰ হিচাপ লব আৰু প্ৰতিফল দিব। কেতিয়াবা ৰাছুলৰ জীৱনকালত, আকৌ কেতিয়াবা ৰাছুলৰ মৃত্যুৰ পিছত। info

• النفع والضر بيد الله عز وجل، فلا أحد من الخلق يملك لنفسه أو لغيره ضرًّا ولا نفعًا.
উপকাৰ আৰু অপকাৰৰ অধিকাৰ সৰ্বশক্তিমান আল্লাহৰ হাতত। কোনো ব্যক্তিয়ে স্বয়ং নিজৰ বাবে লাভ অথবা ক্ষতিৰ অধিকাৰ নাৰাখে। info

• لا ينفع الإيمان صاحبه عند معاينة الموت.
মৃত্যু দেখাৰ পিছত ঈমান পোষণ কৰিলে, সেই ঈমানে কোনো উপকাৰ সাধন নকৰে। info