Qurani Kərimin mənaca tərcüməsi - Əsami dilinə tərcümə - Rəfiqulislam Həbiburrahmən.

external-link copy
106 : 17

وَقُرْاٰنًا فَرَقْنٰهُ لِتَقْرَاَهٗ عَلَی النَّاسِ عَلٰی مُكْثٍ وَّنَزَّلْنٰهُ تَنْزِیْلًا ۟

আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছোঁ। info
التفاسير: