Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi.

external-link copy
53 : 23

فَتَقَطَّعُوْۤا اَمْرَهُمْ بَیْنَهُمْ زُبُرًا ؕ— كُلُّ حِزْبٍۭ بِمَا لَدَیْهِمْ فَرِحُوْنَ ۟

কিন্তু তেওঁলোকৰ পিছত তেওঁলোকৰ অনুসাৰীসকলে দ্বীনৰ মাজত মতানৈক্য সৃষ্টি কৰিলে আৰু বহুধাবিভক্ত হৈ গ'ল। প্ৰত্যেকেই নিজৰ দলকলৈ আনন্দিত আছিল আৰু ভাৱিছিল সিহঁত যিটো দলত আছে সেইটোৱেই আল্লাহৰ ওচৰত মনোনীত। অন্যান্য দলৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাছিল। info
التفاسير:
Bu səhifədə olan ayələrdən faydalar:
• الاستكبار مانع من التوفيق للحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إطابة المأكل له أثر في صلاح القلب وصلاح العمل.
হালাল ভোজনৰ প্ৰভাৱে অন্তৰ সংশোধনত তথা আমলৰ বিশুদ্ধতাত মুখ্য ভুমিকা পালন কৰে। info

• التوحيد ملة جميع الأنبياء ودعوتهم.
তাওহীদেই হৈছে সকলো নবীৰ ধৰ্ম, আৰু ইয়াৰ পিনেই তেওঁলোকে আহ্বান কৰিছিল। info

• الإنعام على الفاجر ليس إكرامًا له، وإنما هو استدراج.
পাপিষ্ট লোকসকলক প্ৰদান কৰা নিয়ামতবোৰ সিহঁতক সন্মানাৰ্থে প্ৰদান কৰা নহয়, বৰং সিহঁতক অৱকাশ দিয়া হয় তথা সুযোগ প্ৰদান কৰা হয়। info