Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi.

external-link copy
76 : 21

وَنُوْحًا اِذْ نَادٰی مِنْ قَبْلُ فَاسْتَجَبْنَا لَهٗ فَنَجَّیْنٰهُ وَاَهْلَهٗ مِنَ الْكَرْبِ الْعَظِیْمِ ۟ۚ

হে ৰাছুল! নূহ আলাইহিচ্ছালামৰ ঘটনাৱলী স্মৰণ কৰক, ইব্ৰাহীম আৰু লূত আলাইহিমাচ্ছালামৰ পূৰ্বে যেতিয়া তেওঁ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। তেতিয়া আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰি তেওঁ বিচৰাখিনি দান কৰিছিলোঁ। তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ মুমিন পৰিয়ালবৰ্গক মহাবিপদৰ পৰা ৰক্ষা কৰিছিলোঁ। info
التفاسير:
Bu səhifədə olan ayələrdən faydalar:
• فعل الخير والصلاة والزكاة، مما اتفقت عليه الشرائع السماوية.
সৎকৰ্ম কৰা, চালাত আদায় কৰা, যাকাত প্ৰদান কৰা আদি এনেকুৱা উপদেশ, যিবোৰ প্ৰত্যেক আচমানী গ্ৰন্থত উল্লেখ আছে। info

• ارتكاب الفواحش سبب في وقوع العذاب المُسْتَأْصِل.
অশ্লীল কৰ্ম হৈছে বিনাশ বা ধ্বংসৰ অন্যতম কাৰণ। info

• الصلاح سبب في الدخول في رحمة الله.
সদাচাৰিতা হৈছে আল্লাহৰ ৰহমতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• الدعاء سبب في النجاة من الكروب.
দুআ হৈছে বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info