• من أعظم الأدلة على وجوب إفراد الله بالعبادة أنه تعالى هو الذي خلق لنا ما في الكون وجعله مسخَّرًا لنا.
কেৱল এক আল্লাহৰ ইবাদত কৰাৰ মহত্বপূৰ্ণ প্ৰমাণসমূহৰ অন্যতম এটা হৈছে এই যে, তেৱেঁই আমাৰ বাবে বিশ্বজগতৰ সকলো বস্তু সৃষ্টি কৰিছে আৰু আমাৰ আয়ত্ত্বাধীন কৰি দিছে।
• عجز الخلق عن الإتيان بمثل سورة من القرآن الكريم يدل على أنه تنزيل من حكيم عليم.
মানুহে কোৰআনৰ অনুৰূপ এটা ছুৰা আনিবলৈ অপাৰগ হোৱাটো এই কথা প্ৰমাণ কৰে যে, কোৰআন সেই আল্লাহৰ অৱতীৰ্ণ পুথি যিজন প্ৰজ্ঞাৱান তথা সৰ্বজ্ঞানী।