የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን

আল-কাউছাৰ

external-link copy
1 : 108

اِنَّاۤ اَعْطَیْنٰكَ الْكَوْثَرَ ۟ؕ

নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ। info
التفاسير:

external-link copy
2 : 108

فَصَلِّ لِرَبِّكَ وَانْحَرْ ۟ؕ

এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা। info
التفاسير:

external-link copy
3 : 108

اِنَّ شَانِئَكَ هُوَ الْاَبْتَرُ ۟۠

নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ। info
التفاسير: