የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আল-গাশ্বিয়াহ

ከመዕራፉ ዓላማዎች:
التذكير بالآخرة وما فيها من الثواب والعقاب، والنظر في براهين قدرة الله.
আখিৰাত আৰু তাত থকা প্ৰতিদান আৰু শাস্তি সম্পৰ্কে স্মৰণ কৰোৱা হৈছে, লগতে আল্লাহৰ ক্ষমতাৰ প্ৰমাণসমূহ চাবলৈ উপদেশ দিয়া হৈছে। info

external-link copy
1 : 88

هَلْ اَتٰىكَ حَدِیْثُ الْغَاشِیَةِ ۟ؕ

হে নবী! আপোনাৰ ওচৰত সেই ক্বিয়ামতৰ খবৰ আহি পাইছেনে, যাৰ ভয় মানুহৰ প্ৰতি আৱৰি ধৰিব? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية تطهير النفس من الخبائث الظاهرة والباطنة.
আত্মাক বাহ্যিক আৰু আভ্যন্তৰিণ মলিনতাৰ পৰা পৱিত্ৰ কৰাৰ মহত্ব। info

• الاستدلال بالمخلوقات على وجود الخالق وعظمته.
সৃষ্টিৰ জৰিয়তে স্ৰষ্টাৰ অস্তিত্ব আৰু তেওঁৰ মহানতা প্ৰমাণ কৰা। info

• مهمة الداعية الدعوة، لا حمل الناس على الهداية؛ لأن الهداية بيد الله.
আল্লাহৰ ফালে আহ্বানকাৰীৰ কাম কেৱল আহ্বান কৰা। হিদায়তৰ পথৰ প্ৰতি আহিবলৈ মানুহক বাধ্য কৰা নহয়। কিয়নো হিদায়ত কেৱল আল্লাহৰ হাতত। info