የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আত-ত্ব-ৰিক্ব

ከመዕራፉ ዓላማዎች:
بيان قدرة الله وإحاطته في خلق الإنسان وإعادته.
আল্লাহৰ ক্ষমতাৰ বৰ্ণনা যে, তেওঁ সকলোকে পৰিবেষ্টন কৰি আছে, লগতে এই কথাৰ বৰ্ণনা যে, তেৱেঁই মানৱ সৃষ্টি কৰিছে আৰু তেৱেঁই পুনৰুত্থিত কৰিব। info

external-link copy
1 : 86

وَالسَّمَآءِ وَالطَّارِقِ ۟ۙ

আল্লাহ তাআলাই আকাশৰ শপত কৰিছে তথা ৰাতিত দেখা দিয়া তৰাৰ শপত কৰিছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তা সকলে মানুহক আৰু মানুহৰ ভাল-বেয়া কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে তাৰ হিচাপ-নিকাচ লোৱা হয়। info

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰৰ ষড়যন্ত্ৰবোৰ অতি দূৰ্বল। info

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণত উদ্বুদ্ধ কৰে। info