የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 83

الَّذِیْنَ اِذَا اكْتَالُوْا عَلَی النَّاسِ یَسْتَوْفُوْنَ ۟ؗۖ

আৰু যিহঁতে লোৱাৰ সময়ত সঠিক জোখ- মাখ কৰি লয়। অলপো কম নলয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিয়া অভিমানৰ পৰা সতৰ্ক কৰা হৈছে। info

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ী সকলৰ এক অৱগুণ। আৰু ইয়াৰ পৰা তেৱেঁই সুৰক্ষিত থাকিব পাৰে যিয়ে আল্লাহক ভয় কৰে। info

• تذكر هول القيامة من أعظم الروادع عن المعصية.
ক্বিয়ামতৰ ভয়াৱহ অৱস্থা স্মৰণ কৰা হৈছে পাপ কামৰ পৰা বিৰত থকাৰ এক প্ৰমুখ কাৰণ। info