የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
17 : 83

ثُمَّ یُقَالُ هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟ؕ

তাৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতক ধমক দি কোৱা হবঃ এতিয়া তোমালোকে যি শাস্তি ভোগ কৰি আছা এইটো সেই শাস্তি যিটো পৃথিৱীত তোমালোকৰ ৰাছুলে তোমালোকক অৱগত কৰিছিল কিন্তু তোমালোকে তাক অস্বীকাৰ কৰিছিলা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info